Home ৰাজ্যস্বাধীনতা সত্তৰ বছৰ, উন্নয়নৰ পৰা বঞ্চিত চেঁচাবিল

স্বাধীনতা সত্তৰ বছৰ, উন্নয়নৰ পৰা বঞ্চিত চেঁচাবিল

by News Desk
76 views
A+A-
Reset

মৰাণঃ ডিব্ৰুগড় জিলাৰ দুলিয়াজান সমষ্টিৰ বামুনিকুৰীয়া আৰু ধমন গাওঁ পঞ্চায়তৰ অন্তৰ্গত চেঁচাবিল অঞ্চল। বুঢ়ীদিহিং নদীৰ পাৰত অৱস্থিত অঞ্চলটোৰ জীৱন নিৰ্বাহৰ একমাত্ৰ ভৰষা হল কৃষি। ধান, শাক-পাচলি আৰু দুগ্ধ উৎপাদনত সুনাম থকা অঞ্চলটোৰ আজিও বিভিন্ন সমস্যাৰে জৰ্জৰিত।

চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা অঞ্চলটোৰ যাতায়ত ব্যৱস্থা আজিও পঁয়া লগা। বৰ্তমান অঞ্চলটোলৈ সোমাই যোৱা পথছোৱাৰ অৱস্থা যাতায়তৰ বাবে তেনেই অনুপযোগী। বুঢ়ীদিহিং নদীৰ এৰাসুঁতিৰ ওপৰত পঞ্চয়তৰ যোগেদি এখন কাঠৰ দলং নিৰ্মান কৰাইছিল যদিও সেইয়া অঞ্চলটোৰ ৰাইজৰ বাবে সুচল নহয় কাৰণ ঠেক কৈ বনোৱা এই দলঙৰ ওপৰেদি ইয়াৰ বাসিন্দা সকলে সৰু যান বাহনৰ বাদে অন্য কোনো ডাঙৰ যান বাহন ওলোৱা সোমোৱা কৰিব নোৱাৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0