Home বিশ্বঅৰ্থনীতিত Coronaৰ আক্ৰমণ! জাৰ্মানীৰ হেছে ৰাজ্যৰ বিত্তমন্ত্ৰীৰ আত্মহত্যা

অৰ্থনীতিত Coronaৰ আক্ৰমণ! জাৰ্মানীৰ হেছে ৰাজ্যৰ বিত্তমন্ত্ৰীৰ আত্মহত্যা

by News Desk
A+A-
Reset
Hesses-Finance-Minister-Thomas-Schaefer

বাৰ্লিনঃ কৰ’না ভাইৰাছক লৈ সমগ্ৰ বিশ্বতে অব্যাহত থকা আতংকৰ মাজতে আন এক দুৰ্ভাৱনা কঢ়িয়াই আত্মহত্যা সংঘটিত কৰে জাৰ্মানীৰ হেছে (Hesse) ৰাজ্যৰ বিত্তমন্ত্ৰী থমাছ স্কাফাৰে। ৰাজ্য চৰকাৰখনৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে কৰ’না ভাইৰাছে সৃষ্টি কৰিব পৰা অৰ্থনৈতিক সংকটৰ কিদৰে সন্মুখীন কৰিব সেই লৈ অধিক উদ্বিগ্ন হৈয়ে শনিবাৰে এই চৰম সিদ্ধান্ত গ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে। 

জাৰ্মানীৰ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুযায়ী শনিবাৰে ৰাজ্যখনৰ উইছবাডেন চহৰৰ এটি ৰেলপথৰ দাঁতিৰ পৰা উদ্ধাৰ কৰা হয় ৫৪ বৰ্ষীয় স্কাফাৰৰ মৃতদেহ। উইছবাডেনৰ স্থানীয় প্ৰশাসন আৰু আৰক্ষীয়ে মন্ত্ৰীগৰাকীয়ে আত্মহত্যা কৰা বুলিয়েই সন্দেহ কৰিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0