114
নগাঁওঃ পঞ্চায়ত বুলিলেই সততে উত্থাপিত হয় দুৰ্নীতি-অনিয়মৰ অভিযোগ ৷ কিন্তু এখন গাওঁ পঞ্চায়তৰ সম্প্ৰতি দুটা অতি প্ৰশংসনীয় আৰু জনহিতকৰ পদক্ষেপৰ বাবে বহুলভাৱে চৰ্চা লাভ কৰিছে৷ চৰ্চিত হৈ পৰা নগাঁও জিলাৰ এই পঞ্চায়তখনৰ নাম হৈছে কাছমাৰী গাওঁ পঞ্চায়ত৷
কিয় চৰ্চাত কাছমাৰী গাওঁ পঞ্চায়ত