84
ডিমাকুছিঃ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাৰ ওদালগুৰি জিলা সমিতিৰ আটাৰীখাট, ডিমাকুছি, গৰুৱাঝাৰ আৰু জোৰপুখুৰী আঞ্চলিকৰ সমিতিয়ে আজি যৌথ ভাৱে ২১তম প্ৰতিষ্ঠা দিৱস পালন কৰে।
পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণৰ পাছতে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা জনায়।