Home ৰাজ্যওদালগুৰি জিলাৰ ১৯,৭১০গৰাকী যুৱকে নাপাব আধাৰ কাৰ্ড

ওদালগুৰি জিলাৰ ১৯,৭১০গৰাকী যুৱকে নাপাব আধাৰ কাৰ্ড

by News Desk
65 views
A+A-
Reset

ওদালগুৰিঃ ৰাজ্যত পূৰ্ণ গতিত চলিছে আধাৰ কাৰ্ড প্ৰদানৰ কাম। বেংক প্ৰতিষ্ঠান, টেলিকম প্ৰতিষ্ঠানসমূহৰ লগতে আন ব্যৱসায়ীক প্ৰতিষ্ঠানে নিজৰ গ্ৰাহকক চলিত বৰ্ষৰ ৩১ মাৰ্চৰ ভিতৰতে নিজৰ আধাৰকাৰ্ডৰ নম্বৰ সংযোগৰ আহ্বান জনাই আহিছে। ফলত চৰকাৰে অনুমোদন জনোৱা আধাৰ কাৰ্ড নিৰ্মাণ প্ৰতিষ্ঠানসমূহত দেখা গৈছে গ্ৰাহকৰ দীঘলীয়া শাৰী। 

ওদালগুৰি সদৰৰ একমাত্ৰ আধাৰ কাৰ্ড নিৰ্মাণ প্ৰতিষ্ঠান হিচাপে চৰকাৰে অনুমোদন জনোৱা ভাৰতীয় ষ্টেট বেংকৰ ওদালগুৰি শাখাতো দেখা গৈছে গ্ৰাহকৰ লানি নিছিগা শাৰি। অৱশ্যে শাখাটোৱে প্ৰতিদিনে ২০ খনকৈ আধাৰ কাৰ্ড নিৰ্মাণৰহে ব্যৱস্থা কৰাত স্বাভাৱিকতে গ্ৰাহকসকল অনিশ্চয়তাত পৰা দেখা গৈছে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0