Home ৰাজ্যজনজাতি মন্ত্ৰী জুৱেলৰ মন্তব্যক ধিক্কাৰ, কোকৰাঝাৰ, গোৱালপাৰা, চাৰিদুৱাৰ-ৰঙাপাৰাত প্ৰতিবাদ

জনজাতি মন্ত্ৰী জুৱেলৰ মন্তব্যক ধিক্কাৰ, কোকৰাঝাৰ, গোৱালপাৰা, চাৰিদুৱাৰ-ৰঙাপাৰাত প্ৰতিবাদ

by News Desk
57 views
A+A-
Reset

newsnextone.com | তেজপুৰ/কোকৰাঝাৰঃ ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ পুনৰ ৰাজ্য উত্তাল হৈ পৰাৰ আশংকা কৰা হৈছে৷ কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰীৰ মন্তব্যত প্ৰতিবাদ জাঙুৰ খাই উঠিছে ৰাজ্যৰ একাংশ দল-সংগঠন৷ অসমৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ অনিশ্চয়তাত বুলি প্ৰচাৰ হৈ অহাৰ সময়তে কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে এটা জনগোষ্ঠীক জনজাতিকৰণ কৰিবলৈ ৪০ বছৰৰ প্ৰয়োজন হ’য় বুলি কয় বৃহস্পতিবাৰে৷ 

ভাৰত চৰকাৰে প্ৰকাশ কৰা মতে, কেন্দ্ৰ চৰকাৰৰ হাতত নাই অসমৰ ৬ জনগোষ্ঠীৰ সাংস্কৃতিক, ভাষীক কোনো তথ্য৷ এটি জনগোষ্ঠী জনজাতিকৰণ কৰিবৰ বাবে যিমান খিনি সমল লাগে সেয়া অসম চৰকাৰে তেনে কোনো তথ্য কেন্দ্ৰীয় জনজাতি মন্ত্ৰালয়ক জমা দিয়া নাই বুলি অভিযোগ উত্থাপন হৈ আহিছে৷ মুঠৰ ওপৰত অসম চৰকাৰে যোৱা ২৫ মাহ ধৰি কেন্দ্ৰীয় চৰকাৰক ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে কোনো তথ্য জমা দিয়া নাই৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0