Home ৰাজ্যপত্নীৰ অশ্লীল ভিডিঅ’ ৰেকৰ্ডিং কৰি শিক্ষকক ব্লেকমেইলিং কৰা ঘটনাত জৰিত আছু নেতাক বহিস্কাৰ

পত্নীৰ অশ্লীল ভিডিঅ’ ৰেকৰ্ডিং কৰি শিক্ষকক ব্লেকমেইলিং কৰা ঘটনাত জৰিত আছু নেতাক বহিস্কাৰ

by News Desk
72 views
A+A-
Reset

ধুবুৰীঃ টেট শিক্ষকৰ আত্মহত্যাৰ ঘটনাত জৰিত থকাৰ অভিযোগত ধুবুৰী আছুৰ সভাপতি সহেল উদ্দিন আহমেদক সংগঠনটোৰ পৰা বহিস্কাৰ কৰে৷ যোৰহাট জিলাৰ মৰিয়নিৰ টেট শিক্ষকক ব্লেক মেইলিং কৰাৰ ফলত আত্মহত্যা কৰা ঘটনাৰ সৈতে জৰিত থকাৰ অভিযোগত আটক কৰাৰ পিছতেই সহেল উদ্দিন আহমেদক আছুৰ পৰা বহিস্কাৰ কৰে৷ 

শিক্ষকগৰাকীক ধন দাবী কৰাৰ ঘটনাৰ সৈতে জৰিত আছিল বুলি অভিযোগ উত্থাপন হোৱাৰ লগতে আৰক্ষীয়ে আটক কৰাত আছু নেতাগৰাকীক জাতীয় সংগঠনটোৰ পৰা শুকুৰবাৰে বহিস্কাৰ কৰে৷ ধুবুৰী জিলা আছুৰ ভাৰপ্ৰাপ্ত সভাপতি দেৱজিত প্ৰধানী আৰু সাধৰণ সম্পাদক সৌৰভ ভট্টচাৰ্যই আছুৰ পেড যোগে এই কথা অৱগত কৰে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0