60
ওদালগুৰিঃ ৰাজ্যত ফেচবুকক লৈ সঘনাই বিতৰ্ক হৈ থকাৰ সময়তে এইবাৰ এটি ফেচবুক পেজৰ বিৰুদ্ধে ওদালগুৰি থানাত এজাহাৰ দাখিল কৰে ওদালগুৰি জিলা ছাত্ৰ সন্থাই।
ফেচবুকৰ ৰিয়েল ভইচ অৱ ওদালগুৰি নামৰ এটা ফেচবুক পেজত অচিনাক্ত ব্যৱহাৰকাৰীয়ে বিগত ২৪ মাৰ্চত আছুৰ নাম লৈ কিছুমান বিতৰ্কমূলক মন্তব্য পোষ্ট কৰিছিল।