92
মঙলদৈঃ ৰাজ্যৰ বহু জাতীয়তাবাদী নেতাই ৰাষ্ট্ৰীয় দলত যোগদান কৰাৰ সময়তে দৰং জিলাৰ এগৰাকী প্ৰাক্তন আছু নেতাই আজি কেইবাহাজাৰ লোকৰ সন্মুখত অসম গণ পৰিষদত যোগদান কৰে।
দীৰ্ঘ জল্পনা-কল্পনাৰ অন্তত দৰঙৰ জনপ্ৰিয় নেতাগৰাকীয়ে অগপ দলত যোগদান কৰি সাধৰণ জনতাৰ লগত থাকি জাতিৰ হকে কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।