60
ৰঙিয়াঃ ৰঙিয়াত পথ মেৰামতিৰ দাবীত আছুৰ উত্তাল প্ৰতিবাদ। ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সংগঠনটোৰ পশ্চিম ৰঙিয়া আঞ্চলিক সমিতিয়ে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷
প্ৰতিবাদকাৰীসকলে ৰঙিয়া অঞ্চলৰ জৰাজীৰ্ণ পথসমূহ যাতায়াতৰ বাবে অনুপযুক্ত হৈ পৰাত ৰাজপথলৈ ওলাই অহা বুলি কয়৷