Home ৰাজ্যৰাষ্ট্ৰীয় ঘাই পথ মেৰামতিৰ দাবীত আমগুৰিত আছুৰ উত্তাল প্ৰতিবাদ

ৰাষ্ট্ৰীয় ঘাই পথ মেৰামতিৰ দাবীত আমগুৰিত আছুৰ উত্তাল প্ৰতিবাদ

by News Desk
68 views
A+A-
Reset

আমগুৰিঃ শিৱসাগৰ জিলাৰ জাঁজীত মঙলবাৰে ৰাষ্ট্ৰীয় ঘাই পথ মেৰামতিৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি আছুৱে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ব্যক্ত কৰে৷ জৰাজীৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথ আৰু শিৱসাগৰ জিলাৰ বিধ্বস্ত উপ-পথসমূহ শীঘ্ৰে মেৰামতিৰ কৰাৰ দাবী জনাই সংগঠনটোৱে৷

অসম আৰক্ষী মূৰ্দাবাদ, চৰকাৰ মুৰ্দাবাদ শ্ল’গানেৰে উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰাৰ সময়তে অৱৰোধ কাৰ্যসুচীক জিলা প্ৰশাসনে অবৈধ ঘোষণা কৰে৷ বিজেপি চৰকাৰ গ’ বেক, পৰিমল শুক্লবৈদ্য মুৰ্দাবাদ, অসম আৰক্ষী মুৰ্দাবাদ ধ্বনিৰে প্ৰতিবাদকাৰীসকলে চৌদিশ উত্তাল কৰি তোলে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0