Home ৰাজ্যবালিপৰাত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

বালিপৰাত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

by News Desk
85 views
A+A-
Reset

বালিপাৰাঃ শোনিতপুৰৰ বালিপৰাত ১৫নং ৰাষ্ট্ৰীয়ঘাই পথ অবৰোধ আছুৰ। শোনিতপুৰ জিলা ছাত্ৰ সন্থা, অসম সেনা, আক্ৰাছু, এবচু, আছা, আটছা, টিমপিকে, চিলাৰায় সেনা, শোনিতপুৰ জিলা সাংবাদিক সন্থা আৰু ৰাইজৰ সহযোগত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ শীঘ্ৰে মেৰামতিৰ দাবীত বালিপৰাত অাজি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্য্যসুচী ৰূপায়ন কৰা হয়।

প্ৰতিবাদকাৰী সকলে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথটি শিঘ্ৰে মেৰামতি কৰক, বিজেপি চৰকাৰ হায় হায়, গড়কপ্তানী বিভাগ গ’ বেক, আদি ধ্বনিৰে বালিপৰাৰ আকাশ বতাহ কপাই তোলে। প্ৰতিবাদী কাৰ্য্যসুচীৰ অন্তত চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে বালিপৰাৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ অতি শীঘ্ৰে মেৰামতি কৰাৰ দাবীত ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে সংগঠনকেইটাই।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0