65
নাহৰকটীয়াঃ নাহৰকটীয়াত মঙলবাৰে পথ মেৰামতিৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে৷ পৰিবৰ্তনৰ শ্ল’গান দি শাসনৰ গাডীত বহা চৰকাৰ খনে পৰিবৰ্তন কৰিব নোৱাৰাৰ অভিযোগ উত্থাপন কৰি পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে৷
আছুৰ নেতা-কৰ্মী চৰকাৰ বিৰোধি শ্ল’গানেৰে উত্তাল কৰি তোলে পৰিবেশ৷ অতি ব্যস্ত নাহৰকটীয়া-মৰাণ গড়কাপ্তানি পথ মেৰামতিৰ অভাৱত জহি-খহি যোৱাত যাতায়াতত বাৰুকৈয়ে বিপদত পৰিছে ৰাইজ৷