47
চৰাইদেউঃ চৰাইদেউ জিলাৰ প্ৰতিটো বাট-পথ জৰাজীৰ্ণ হৈ পৰাত আহ-যাহত ব্যাপক সমস্যাত পৰিছে জিলাখনৰ লোক সকল৷
বহিঃজগতৰ সৈতে যোগাযোগ কৰা প্ৰতিটো পথেই পূৰ্বৰ পকী বোৰ এৰি গৈ গাড়ী মটৰটো দুৰৰ কথা খোজকাঢ়িব নোৱাৰা পৰিবেশৰ সৃষ্টি হৈছে৷