Home ৰাজ্যৰঙিয়া এপলমিল কাৰ্যক্ষম কৰাৰ দাবীত আছুই কৰিব আন্দোলন

ৰঙিয়া এপলমিল কাৰ্যক্ষম কৰাৰ দাবীত আছুই কৰিব আন্দোলন

by News Desk
50 views
A+A-
Reset

তুলসীবাৰীঃ ৰাজ্যৰ ভিতৰতে অন্যতম ৰাজহুৱা খণ্ডৰ বস্ত্ৰ উদ্যোগ এপলমিল বছৰ বছ ধৰি বন্ধ হৈ আছে। যাৰ পৰিপ্ৰেক্ষিতত এবছৰ ধৰি প্ৰায় ছয়শ শ্ৰমিক-কৰ্মচাৰীয়ে কৰ্মহীন হৈ আৰ্থিক সংকটত দিন পাৰ কৰিছে৷ ইতিমধ্যে ছাত্ৰ সন্থাকে ধৰি কেবাটাও সংগঠনে এপলমিল কাৰ্যক্ষম কৰাৰ দাবীত প্ৰতিবাদ কৰি আহিছে৷

এপলমিল শ্ৰমিক সন্থাই শ্ৰমিক দিৱসৰ দিনটোৰে পৰা এলানি আন্দোলনৰ কাৰ্যসুচী ৰূপায়ন কৰি অহাৰ সময়তে ৰাজ্য চৰকাৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে আছু৷ মিলটো পূৰ্ণ কাৰ্যক্ষম কৰাৰ প্ৰতিশ্ৰুতিৰে ৯.৩৫ কোটি টকাৰ অনুদান মোকলাই দিয়াৰ কথা ঘোষণা কৰি চমক দিছিল বিজেপি চৰকাৰে৷ কিন্তু  ঘোষণা ফুটুকাৰ ফেনত পৰিণত হয়৷ ঘোষণাৰ মেৰপেচত আৱদ্ধ হৈ থকা এপলমিলৰ শ্ৰমিক দিশহাৰা হৈ পৰিছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0