Home ৰাজ্যৰূপহীহাটত শিলচৰৰ অপহৃত উদ্ধাৰ

ৰূপহীহাটত শিলচৰৰ অপহৃত উদ্ধাৰ

by News Desk
63 views
A+A-
Reset

বঢ়মপুৰঃ শিলচৰৰ অপহৃত এজন ব্যক্তি আজি ৰহস্যজনকভাৱে নগাঁও জিলাৰ ৰূপহীহাটত উদ্ধাৰ হয়৷ নগাঁৱৰ উপ-আৰক্ষী অধিক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত ৰূপহীহাট আৰক্ষীয়ে অভিযান চলাই ঝৰাতনীৰ পৰা উদ্ধাৰ কৰে ব্যক্তিজনক।

শুক্ৰবাৰে নিশা অপহৃত হৈছিল ফকৰুদ্দিন চৌধৰী নামৰ শিলচৰৰ কাটিগড়াৰ গৰু ব্যৱসায়ীজন। উপৰ্যুপৰি আক্ৰমণ কৰি এটা দুৰ্বৃত্তৰ দলে এখন ট্ৰেভেলাৰ গাড়ীৰে অপহৰণ কৰিছিল লোকজনক। পাছত লোকজনৰ পৰিয়ালক ১৩ লাখ টকা দাবী কৰিছিল অপহৰণকাৰীয়ে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0