55
newsnextone.com | কোকৰাঝাৰঃ সদৌ বিটিচি সংখ্যালঘূ ছাত্ৰ সন্থা চমুকৈ এবিএমছুৰ দেওবাৰে এখন সাধাৰণ সভা অনুষ্ঠিত হয়৷ কোকৰাঝাৰস্থিত ভোটগাঁৱত অনুষ্ঠিত হোৱা সাধাৰণ সভাত ছাত্ৰ সংগঠনটোৰ বিভিন্ন জিলা আৰু কেন্দ্ৰীয় সমিতিৰ নেতা-কৰ্মীৰ বিভিন্ন আঞ্চলিক সমিতিয়ে অংশগ্ৰহণ কৰে৷
সাধাৰণ সভাত অহা ১ আগষ্টত এবিএমছুৰ প্ৰয়াত সভাপতি শ্বহীদ লাফিকুল ইছলাম আহমেদৰ মৃত্যু বাৰ্ষিক উপলক্ষে ছাত্ৰ সংহতি দিৱস পালন কৰাৰ বাবে এখন অভ্যৰ্থনা সমিতি গঠন কৰা হয়৷