Home ৰাজ্যগোৱালপাৰাৰ ঘটনাক গৰিহণা এবিএমছুৰ

গোৱালপাৰাৰ ঘটনাক গৰিহণা এবিএমছুৰ

by News Desk
75 views
A+A-
Reset

কোকৰাঝাৰঃ গোৱালপাৰাৰ নৰনাৰায়ন সেতুৰ নিকটৰ খাৰবুজাত আজি অসম আৰক্ষীয়ে আন্দোলনকাৰীৰ ওপৰত বৰ্বৰভাৱে গুলীচালনা কৰাৰ ফলত ইয়াকুব আলী নামৰ (২২) বছৰীয়া যুৱক এজন নিহত হোৱা আৰু কেইবাজন লোক আহত হোৱা ঘটোনাক সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুৱে কঠোৰ ভাষাৰে গৰিহণা দিছে ৷

এক বিবৃতিযোগে ছাত্ৰ সংগঠনটোৰ সভাপতি লাফিকুল ইছলাম আহমেদে উক্ত ঘটনাক তীব্ৰ গৰিহণা দি কয় যে সাধাৰণ জনতাই ডি ভোটাৰ সমস্যা সমাধান আৰু শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী  প্ৰস্তুত কৰাৰ দাবীত গনতান্ত্ৰিক আন্দোলন কৰিবলৈ যাওঁতে আৰক্ষীয়ে অতি বৰ্বৰভাৱে গুলীয়াই ২২ বছৰীয়া এজন যুৱকক হত্যা কৰিলে সেয়া  এবিএমছুৱে কোনোপধ্যে সহ্য নকৰে বুলি কয় ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0