Home ৰাজ্যআগমনিত ভয়াবহ পথ দুৰ্ঘটনা, নিহত ১

আগমনিত ভয়াবহ পথ দুৰ্ঘটনা, নিহত ১

by News Desk
54 views
A+A-
Reset

গোলকগঞ্জঃ ধুবুৰী জিলাৰ আগমনিত ভয়ংকৰ পথ দুৰ্ঘটনা হোৱাৰ ফলত এজন লোকৰ মৃত্যু হয়। জানিব পৰা মতে, আজি AS-18-5708 নম্বৰৰ ট্ৰাক এখনে বিপৰীত দিশৰ পৰা অহা AS-17B-0547 নম্বৰৰ যাত্ৰী কঢ়িওৱা টাটা মেজিকক তীব্ৰ বেগত খুন্দা মৰাৰ লগতে শশী মোহন ৰায়(55) নামৰ এজন ছাইকেল আৰোহীকো খুন্দা মাৰে। ফলত থিতাতে নিহত হয় চাইকেল আৰোহী ৰায়।

প্ৰত্যক্ষদৰ্শীয়ে কোৱা মতে, অতিৰিক্ত শিল ভৰ্তি থকাৰ কাৰণে এই পথ দুৰ্ঘটনা সংঘটিত হয়। উল্লেখ্য যে, জিলা প্ৰশাসন আৰু পৰিবহণ বিভাগক অতিৰিক্ত শিল তথা বিভিন্ন সামগ্ৰী কঢ়িওৱা মালবাহী ট্ৰাক বিলাকৰ ওপৰত বিহিত ব্যবস্থা গ্ৰহণ কৰাৰ কাৰণে দাবী জনাইছে স্থানীয় ৰাইজে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0