Home ৰাজ্যনলবাৰীত ভয়ংকৰ পথ দূৰ্ঘটনা, নিহত ১

নলবাৰীত ভয়ংকৰ পথ দূৰ্ঘটনা, নিহত ১

by News Desk
68 views
A+A-
Reset

নলবাৰীঃ নলবাৰী ৰেল ষ্টেচনৰ সমীপত ভয়ংকৰ পথ দূৰ্ঘটনা সংঘতিত হয়৷ প্ৰাপ্ত তথ্য মতে, ৪০৭ ট্ৰাক এখনে ৩ গৰাকী পথচাৰীক মহটিয়াই লৈ যোৱাত এজন লোকৰ থিতাতে নিহত বোৱাৰ বিপৰীতে বাকী দুজন গুৰুতৰ ভাৱে আহত হয়৷

নিহত লোকজৰ নাম মনোজ দত্ত (৫৬) বুলি জানিব পৰা গৈছে। সম্প্ৰতি আহত দুজনক শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আনহাতে দুৰ্ঘটনা সংঘটিত কৰা এ এছ-২৫ বি-৯৩৮৯ নম্বৰৰ ৪০৭ ট্ৰাকখন আৰক্ষীয়ে জব্দ কৰি নলবাৰী থানালৈ লৈ আহে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0