Home ৰাজ্যআক্ৰাছুৰ “বিজেপি হাটাও জনগোষ্ঠী বাচাও” অভিযান

আক্ৰাছুৰ “বিজেপি হাটাও জনগোষ্ঠী বাচাও” অভিযান

by News Desk
56 views
A+A-
Reset

ওদালগুৰিঃ এটাৰ পাছত যেন আনটো জনগোষ্ঠীয়ে বিৰোধিতা কৰিবলৈ লৈছে ভাৰতীয় জনতা পাৰ্টীক। বুধবাৰে ওদালগুৰি জিলা গোৰ্খা ছাত্ৰ সন্থাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত বিজেপি তথা বিপিএফ বিৰোধী প্ৰস্তাৱ গ্ৰহণ কৰি দুয়োটা ৰাজনৈতিক দলক উচিত প্ৰত্যুত্তৰ দিবৰ বাবে গোৰ্খা ৰাইজক আহ্বান জনাইছিল আগছুৱে। 

ইয়াৰ পিছদিনাখন অৰ্থাৎ বৃহস্পতিবাৰে “বিজেপি হাটাও জনগোষ্ঠী বাচাও” শীৰ্ষক অভিযানেৰে বিজেপি চৰকাৰখনৰ বিৰুদ্ধে একপ্ৰকাৰ ককালত টঙালি বান্ধিলে আক্ৰাছুৰ অটুল বৰ্মণ গোটে। আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তি যোগে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৰ অটুল বৰ্মণ গোটে জানিবলৈ দি কয় যে বুধবাৰে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা(অ) আৰু সদৌ কোচ ৰাজবংশী সন্মিলনীৰ যুটীয়া কাৰ্যনিৰ্বাহক সভা অটুল বৰ্মণৰ সভাপতিত্বত অনুষ্ঠিত হৈ যায়। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0