69
ধুবুৰীঃ নৱগঠিত দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ এ চি এছ বিষয়া এগৰাকীয়ে “প্ৰাগ নিউজ” নামৰ বাতৰি কাকত বিচাৰি স্থানীয় বাতৰি কাকত বিতৰকলৈ পত্ৰ লিখা ঘটনাক লৈ জিলাখনত তীব্ৰ আলোড়নৰ সৃষ্টি হৈছে।
টি ভি চেনলক বাতৰি কাকত বুলি ভবা এই বিষয়াজন হৈছে মঞ্জুৰ ইলাহী লস্কৰ। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ হাটশিঙিমাৰী মহকুমাৰ ভাৰপ্ৰাপ্ত তথ্য আৰু জনসংযোগ বিষয়াৰ দায়িত্বত আছে লস্কৰ।