69
নগৰবেৰাঃ বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ ড০ জাকিৰ হুছেইন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নতুনকৈ আৰম্ভ হ’বলগীয়া হেল্থ কেয়াৰ ভকেশ্বনেল বিষয়ৰ পাঠদানৰ বাবে অতিৰুক্ত শ্ৰেণী কোঠাৰ আজি আধাৰশিলা স্থাপন কৰা হয়৷
গুৱাহাটীৰ ডাউনটাউন বিশ্ববিদ্যালয় উদ্যোগত বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ আলোপতিচৰৰ শিক্ষানুষ্ঠান খনৰ হেল্থ কিয়াৰ ভকেশ্বনেল বিষয়ৰ পাঠদানৰ বাবে শ্ৰেণী কোঠা আৰু লেৱৰ্ৰেটৰী ৮,১০,০০০ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব।