Home ৰাজ্যআদিবিম্বঃ লোকগীত, লোকনৃত্যৰে মুখৰিত হ’ব তিনিচুকীয়া

আদিবিম্বঃ লোকগীত, লোকনৃত্যৰে মুখৰিত হ’ব তিনিচুকীয়া

by News Desk
60 views
A+A-
Reset

তিনিচুকীয়াঃ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়, নতুন দিল্লীৰ দ্বাৰা তিনিচুকীয়াৰ গুইজান গটং খেলপথাৰত অহা ১৫, ১৬ আৰু ১৭ মাৰ্চত অাদিৱাসী আদিবিম্ব শীৰ্ষক জনজাতীয় লোকনৃত্য, লোকগীত আৰু লোকনাট্য মহোৎসৱ অনুষ্ঠিত হ’ব।

উত্তৰ-পূব ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে পশ্চিম বংগ, ঝাৰখণ্ডৰ নৃত্য,গীত আৰু নাট্যৰ দলে অংশগ্ৰহণ কৰিবলগীয়া এই জনজাতি মহোৎসৱৰ পৰিকল্পনা আৰু পৰিচালনা ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ অধ্যক্ষ তথা ভাৰতৰ আগশাৰীৰ নাট পৰিচালক ৰতন থিয়ামৰ। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0