84
ডিজিটেল ৰিপ’ৰ্টঃ আৰ এইছ খানৰ পিছতে এইবাৰ মুকলি আকাশৰ তললৈ আহিল এপিএছচি কেলেংকাৰীৰ মূল নায়ক হিচাপে সৰ্বত্ৰে চৰ্চা লাভ কৰা ৰাকেশ পালে। খানে অতিকমেও ৮ বছৰ জেইলত অতিবাহিত কৰিলে যদিও পালে মাত্ৰ কেইমাহমান বন্দী জীৱন কটাইয়েই পুনৰ স্বাধীন হৈ পৰে।
বুধবাৰে উচ্চতম ন্যায়ালয়ে পালৰ জামিন মঞ্জুৰ কৰাৰ পিছতে কুখ্যাত বিষয়াগৰাকীৰ ওঁঠত বিৰিঙি উঠে কুটিল হাঁহি।