Home ৰাজ্যযোগীৰ গোৰখপুৰত পুণৰ মত্যুৰ বিভীষিকা, ৪ দিনত ৬৯গৰাকী শিশুৰ মৃত্যু

যোগীৰ গোৰখপুৰত পুণৰ মত্যুৰ বিভীষিকা, ৪ দিনত ৬৯গৰাকী শিশুৰ মৃত্যু

by News Desk
57 views
A+A-
Reset

ডিজিটেল ডেস্কঃ পুণৰ মত্যুৰ বিভীষিকা উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ বিআৰডি হস্পিতালত৷ আগষ্ট মাহত উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ বিআৰডি হস্পিতালত ৬৩গৰাকীকৈ শিশুৰ মৃত্যু হোৱাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ যোৱা ৪ দিনত ৬৯গৰাকী শিশুৰ মৃত্যু হয়৷ মাথো দুমাহ পুৰ্বে দেখা পোৱা এই ছবিখন দেশে পাহৰিব পৰা নাই৷

তাৰ মাজতে পুনৰ সৃষ্টি হোৱা বিভীষিকাত ৬৯গৰাকী শিশু মৃত্যু মুখত পৰে৷ চিকিৎসালয় কৰ্তৃপক্ষৰ অৱহেলাৰ বাবে ভয়াৱহ হৈ পৰিছে উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ বিআৰডি হস্পিতাল। প্ৰতিদিনে গড়ে ১২ৰ পৰা ২০টিকৈ শিশুৰ মৃত্যু হৈছে৷ ৭ অক্টোবৰত ১২টা, ৮ অক্টোবৰত ৮টা, ৯ অক্টোবৰত ১৮টা আৰু ১০ অক্টোবৰত ১৯টা  শিশুৰ মৃত্যু হয় গোৰখপুৰৰ বিআৰডি হস্পিতালত৷ বিআৰডি হস্পিতালৰ অধ্যক্ষ পি কে সিং বৃহস্পতিবাৰে জনোৱা মতে বিগত ২৪ ঘন্টাত ১৯ শিশুৰ মৃত্যু হৈছে যাৰ ভিতৰত ১৩টি পানী কেচুৱা৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0