52
ডিজিটেল ডেস্কঃ পঞ্জাৱ নেচ’নেল বেংকৰ ঘোটালাই দেশ উত্তাল কৰি ৰখাৰ সময়তে এইবাৰ ৮০০ কোটিৰ বেংক ঋণ লৈ দেশ এৰি পলায়ন কৰে আন এগৰাকী লোকে৷
কেইবাটাও ৰাষ্ট্ৰীয় বেংকৰ পৰা ৮০০ কোটি টকা লুটি পলায়ন কৰিলে ৰটমেক কোম্পানীৰ মালিক বিক্ৰম কোঠাৰী৷ পঞ্জাৱ নেচ’নেল বেংকৰ পৰা ১২০০০ কোটি টকা ঘোটালা কৰি দেশ এৰি পলায়ন কৰা নীৰৱ মোডীৰ পিছে পিছে দেশৰ পৰা পলায়ন কৰিলে বিক্ৰম কোঠাৰীয়ে৷