Home ৰাজ্যঅগপই বিবাহ ভৱনত অনুষ্ঠিত কৰিব লগা হ’ল সভা, ঘুৰি গ’ল অগপৰ মন্ত্ৰী, বিজেপিৰ বিৰুদ্ধে ক্ষোভ

অগপই বিবাহ ভৱনত অনুষ্ঠিত কৰিব লগা হ’ল সভা, ঘুৰি গ’ল অগপৰ মন্ত্ৰী, বিজেপিৰ বিৰুদ্ধে ক্ষোভ

by News Desk
55 views
A+A-
Reset

newsnextone.com | বিলাসীপাৰাঃ দেওবাৰে অগপৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীক ধুবুৰী জিলাৰ বিলাসীপাৰাত দলীয় সভা অনুষ্ঠিত কৰিব নিদিয়াত এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়৷ মন্ত্ৰীগৰাকীয়ে পূৰ্বে সভাত উপস্থিত থাকিম বুলি দিন নিৰ্ধাৰণ কৰাৰ লগতে বিলাসীপাৰাৰ অগপ নেতাই সভা অনুষ্ঠিত কৰাৰ বাবে অনুমতি লোৱাৰ পিছতো সভা অনুষ্ঠিত কৰিব নিদিয়াত সোচ্চাৰ হৈ পৰে অগপৰ নেতা-কৰ্মী৷ ইমানে নহয় তেওঁলোকৰ নেতাক অপমান কৰা কাৰ্যৰ তদন্তৰ দাবী জনাই অগপ নেতা-কৰ্মীয়ে৷

অগপ নেতা-কৰ্মীয়ে বিজেপিৰ বিৰুদ্ধে শ্ল’গান দিয়াৰ লগতে পূৱ বিলাসীপাৰা সমষ্টিৰ বিধায়ক অশোক সিংহীৰ নাম লৈ অগপ নেতা-কৰ্মীয়ে শ্ল’গান দিয়ে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0