Home ৰাজ্যঅগপ নেতাৰ মৃত্যু, মোৰাঝাৰত শোকৰ ছাঁ

অগপ নেতাৰ মৃত্যু, মোৰাঝাৰত শোকৰ ছাঁ

by News Desk
56 views
A+A-
Reset

মোৰাঝাৰঃ হোজাই জিলাৰ মোৰাঝাৰৰ বিশিষ্ট নাগৰিক, অগপ নেতা মোৰাঝাৰ বজাৰ জামে মছজিদ সমিতিৰ সভাপতি আলহাজ ফয়জুৰ ৰহমানে বৃহস্পতিবাৰে নিশা মৃত্যুক আকোৱালি লোৱাত শোকৰ ছাঁ পৰে মোৰাঝাৰত৷ মোৰাঝাৰ চিনিয়ৰ মাদ্ৰাছাৰ প্ৰতিষ্ঠাপক সম্পাদক দায়িত্ব পালন কৰাৰ লগতে মোৰাঝাৰৰ অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত আছিল ৰহমান৷

অসম গণ পৰিষদৰ এজন সক্ৰিয় কৰ্মী অগপৰ কাৰ্যকালত বিভিন্ন উন্নয়ণ মুলক কামৰ সৈত জড়িত আছিল সমাজকৰ্নীগৰাকী৷ তেওঁৰ মৃত্যুত স্থানীয় আমছু, এন এছ ইউ আই, বিন্নাকান্দি ব্লক কংগ্ৰেছ, অসম গণ পৰিষদ দলৰ স্থানীয় নেতা বদৰুল ইছলামলগতে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই শোক প্ৰকাশ কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0