60
হাজোঃ অগপ-বিজেপিয়ে চৰকাৰ একেলগে চলি আছে যদিও তৃণমুল কৰ্মীৰ হে মিল নাই৷ এই কথাকে প্ৰতিপন্ন কৰিলে শুকুৰবাৰে৷ মিত্ৰ দল অগপৰ কৰ্মীক আক্ৰমণ কৰিলে বিজেপি কৰ্মীয়ে৷
কামৰূপ জিলাৰ হাজোত অগপ দলৰ কাউন্সিলাৰ আতাউৰ ৰহমানক আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে জিয়াউল হক আৰু ৰেজাউল হক নামৰ দুই বিজেপি কৰ্মীয়ে।