গুৱাহাটীঃ জন্মভূমিৰ বাবে সকলোৱে ভাল কাম কৰিব বিচাৰে৷ এই অনুযায়ী আমি সকলোৱে পেছাগতভাৱে কোনো নহয় কোনো এটা কামত জড়িত হৈ আছো৷ নিজৰ নিজৰ দায়িত্ব আৰু কৰ্তব্য নিষ্ঠাসহকাৰে পালন কৰি আমি সকলোৱে আগুৱাই নিব বিচাৰোঁ জন্মভূমিক৷ বিশেষকৈ শিক্ষাৰ পোহৰেৰে জিলিকাই তুলিব খোজে একো একো খন সমাজক একো একোজন লোকে৷
When I read in letters sent by you that how a rickshaw puller from Assam's Karimganj, Ahmed Ali built 9 schools for poor children, it gives me a glimpse into the nation's willpower: PM Modi #MannKiBaat pic.twitter.com/B3hgLUxWnF