Home দেশদাক্ষিণাত্যত চলিবনে মোদী মেজিক? এআইএডিএমকেৰ সৈতে বিজেপিৰ কিয় ঘটিল বিচ্ছেদ?

দাক্ষিণাত্যত চলিবনে মোদী মেজিক? এআইএডিএমকেৰ সৈতে বিজেপিৰ কিয় ঘটিল বিচ্ছেদ?

by News Desk
A+A-
Reset
nda-south-india

ধাৰাবাহিক মতানৈক্য আৰু বিতৰ্কৰ অন্তত অৱশেষত তামিলনাডুত ভাৰতীয় জনতা পাৰ্টীৰ সৈতে আনুষ্ঠানিকভাৱে মিত্ৰতাৰ অৱসান ঘটিল ৰাজ্যখনৰ প্ৰধান বিৰোধীল অল ইণ্ডিয়ান আন্না দ্ৰাবিড় মুন্নেত্ৰ কাঝগম চমুকৈ এআইএডিএমকেৰ। বিগত প্ৰায় পষেক ধৰি চলি থকা দুই মিত্ৰদলৰ সংঘাতক শেহতীয়াকৈ ৰাজ্যিক বিজেপিৰ সভাপতি আন্নামালাইয়ে যেন চৰম ৰূপ প্ৰদান কৰিছিল। ইয়াৰ পিছতে দুদিন পূৰ্বে অৰ্থাৎ ২৫ ছেপ্টেম্বৰত দলীয় সদস্যৰ সৰ্বসন্মতিক্ৰমে বিজেপি নেতৃত্বাধীন নেশ্যনেল ডেমক্ৰেটিক এলায়েন্সৰ পৰা সমৰ্থন প্ৰত্যাহাৰৰ কথা ৰাজহুৱাকৈ ঘোষণা কৰে এআইএডিএমকেয়ে। 

বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰাৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰি এআইএডিএমকেয়ে আগন্তুক বিধানসভা আৰু লোকসভা নিৰ্বাচনত অকলেই প্ৰতিদ্বন্দ্বিতা কৰাৰ ইংগিত প্ৰদান কৰে। একেদৰে মিত্ৰতা ভংগৰ পিছতে এআইএডিএমকেৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিজেপিয়ো। এআইএডিএমকে দলটো স্থিতিহীন আৰু দুৰ্নীতিগ্ৰস্ত বুলি দাবী কৰি এই মিত্ৰতা ভংগ হোৱাত বিজেপিহে লাভাৱান্বিত হ’ব বুলিও কেন্দ্ৰৰ ক্ষমতাসীন দলটোৱে দাবী কৰা দেখা গৈছে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0