Home বিশ্বঅৱশেষত সন্ধান পোৱা এএন-৩২ বায়ুসেনা বাহিনী বিমানৰ উদ্ধাৰ অভিযান

অৱশেষত সন্ধান পোৱা এএন-৩২ বায়ুসেনা বাহিনী বিমানৰ উদ্ধাৰ অভিযান

by News Desk
A+A-
Reset
an-32latest

নতুন দিল্লীঃ চলিত বৰ্ষৰ ৩ জুনত ভাৰতীয় বায়ুসেনাৰ নামৰ এএন-৩২ বিমানখন অৰুণাচলৰ আকাশ মাৰ্গৰপৰা সন্ধাহীন হৈ পৰিছিল৷ প্ৰায় বহুদিন ধৰি তদন্তৰ অভিযান চলাই থকা এই বিমানখনৰ ধ্বংসাৱশেষ উদ্ধাৰ হৈছে বুলি জানিব পৰা গৈছে৷ 

ৰুছৰ দ্বাৰা নিৰ্মিত এএন-৩২ বিমানখন ৩ জুনত অৰুণাচল মাৰ্গেদি যাত্ৰা কৰাৰ পথত নিখুজ হৈ পৰিছিল৷ এনে এক ঘটনাৰ পাছত উদ্ধাৰকাৰী দলসমূহে বিমানখন সন্ধান কৰিবলৈ অভিযান আৰম্ভ কৰিলে৷ অৱশেষত অৰুণাচলৰ ইষ্ট চিয়াং জিলাৰ লাইপু অঞ্চলৰপৰা ১৬ কিলোমিটাৰ নিলগৰ উত্তৰ দিশত উদ্ধাৰ কৰিবলৈ সক্ষম হ’ল৷ আনহাতে, সাগৰীয় পৃষ্ঠৰপৰা প্ৰায় ১২ হাজাৰ ফুটৰপৰা বিমানখনৰ ধ্বংসাৱশেষৰ সন্ধান লাভ কৰিলে উদ্ধাৰকাৰী দলে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0