www.newsnextone.com| তেজপুৰঃ গৰু চুৰিৰ অভিযোগত গ্ৰেপ্তাৰ AIUDF ৰ শোণিতপুৰৰ সাধাৰণ সম্পাদক  মুজামিল হুছেইন।

কংগ্ৰেছ নেতা আব্দুল মান্নানৰ ষড়যন্ত্ৰৰ অভিযোগ সম্পাদক গৰাকীৰ।
 
শ্বহীদ ভূপেন ডেকাৰ হত্যাৰ জড়িত বিস্ফোৰক অভিযোগ তুলিলে মান্নানৰ বিৰুদ্ধে AIUDF ৰ শোণিতপুৰৰ সাধাৰণ সম্পাদক মুজামিল হুছেইনে।