Home ৰাজ্যসদৌ তিৱা ছাত্ৰ সন্থাৰ উদ্যোগত সম্বৰ্ধনা অনুষ্ঠান

সদৌ তিৱা ছাত্ৰ সন্থাৰ উদ্যোগত সম্বৰ্ধনা অনুষ্ঠান

by News Desk
A+A-
Reset
tw

বিশেষ প্ৰতিনিধিঃ সদৌ তিৱা ছাত্র সন্থাৰ কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত, সদৌ তিৱা মহিলা সন্থা আৰু তিৱা মাথনলাই তখ্ৰাৰ সহযোগত যোৱা দেওবাৰে জিলাখনৰ অতি ভিতৰুৱা অঞ্চল ওমচুৱাইত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্র-ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱা হয়।

জিলা খনৰ এই ভিতৰুৱা অঞ্চলটোৰপৰা এই বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলক এটাকৈ গছ পুলি আৰু এখন তিৱা ফালিৰে সম্বৰ্ধনা জনোৱা হয়। সদৌ তিৱা ছাত্ৰ সন্থাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক আৰু অধিক আগুৱাই যাবৰ বাবে অনুপ্ৰেৰণা দিবলৈ বিগত কেইবা বছৰ ধৰি এই পদক্ষেপ হাতত লৈ আহিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0