60
গুৱাহাটীঃ দুদিনীয়া কাৰ্যসূচীৰে জাগীৰোড মহাবিদ্যালয়ত অনুষ্ঠিত ৰাজ্যৰ পুৰণি সাংবাদিক সংগঠন জাৰ্নেলিষ্ট এছ’চিয়েচন অব আছমৰ ত্ৰয়োদশ ত্ৰি-বাৰ্ষিক অধিৱেশনৰ দেওবাৰে অন্ত পৰে।
বিয়লি সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ সঞ্চালনাত অনুষ্ঠিত ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰে প্ৰেছ কাউন্সিলৰ সদস্য তথা এন ইউ জে আই ৰাষ্ট্ৰীয় সাংবাদিক সংঘৰ সভাপতি প্ৰজ্ঞানন্দ চৌধুৰীয়ে৷