Home ৰাজ্যটোলগে’ট সন্দৰ্ভত আছুৰ নিৰৱতাক লৈ ক্ষোভ, অখিল গগৈৰ প্ৰশ্ন ক’ত গ’ল অসমৰ অতন্দ্ৰ প্ৰহৰী

টোলগে’ট সন্দৰ্ভত আছুৰ নিৰৱতাক লৈ ক্ষোভ, অখিল গগৈৰ প্ৰশ্ন ক’ত গ’ল অসমৰ অতন্দ্ৰ প্ৰহৰী

by News Desk
55 views
A+A-
Reset

newsnextone.com | গুৱাহাটীঃ অসমৰ হাজাৰ হাজাৰ লোকে ফেচবুকৰ জৰিয়তে ৰহাত বহুওৱা টোলগে’টৰ বিৰুদ্ধে মত পোষণ কৰি অহাৰ সময়তে কৃষক নেতা অখিল গগৈয়ে কেন্দ্ৰ-ৰাজ্য চৰকাৰ, অসমৰ জাতীয় দল-সংগঠনক তীব্ৰ আক্ৰমণ কৰে৷ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱাৰ লগতে জিএছটিৰ জৰিয়তে দেশৰ নাগৰিকক মাধমাৰ শোধোৱাৰ সময়তে টোলগে’ট বহুওৱা কাণ্ডই সকলোকে ক্ষোভিত কৰাৰ সময়তে মুম্বাইৰ ইণ্ডাৰদ্বীপ কনষ্ট্ৰাকচনে যোৱা ১২ জুলাইৰ পুৱাৰে পৰা কৰ লবলৈ আৰম্ভ কৰিছে ৰ’হাৰ টোলগে’টত৷

তাৰ মাজতে কষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য উপদেষ্টা অখিল গগৈয়ে দেওবাৰে কৃষক মুক্তিৰ গান্ধী বস্তীৰ কাৰ্যালয়ত এখন সংবাদ মেল অনুষ্ঠিত কৰি ৰাজ্য চৰকাৰৰ লগতে অসমৰ জাতীয়-জনগোষ্ঠীয় সংগঠনক তীব্ৰ সমালোচনা কৰে৷ অখিলে কয় যে আমি যেতিয়া যোৱা তিনি বছৰে ৪ খন টোলগে’ট বন্ধ কৰি দিছিলোঁ তেতিয়া আমাক কোনে ক্ৰেডিত দিয়া নাছিল৷ আমাক কোনেও ধন্যবাদোঁ জনোৱা নাছিল বুলি কয়৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0