Home ৰাজ্যঅগপৰ নিৰ্বাচনী কাৰ্যালয়ত দুৰ্বৃত্তৰ তাণ্ডৱ

অগপৰ নিৰ্বাচনী কাৰ্যালয়ত দুৰ্বৃত্তৰ তাণ্ডৱ

by News Desk
A+A-
Reset
d0b25169-3ece-424d-908f-90026d260331

নগাঁওঃ নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত জামুগুৰিত থকা অসম গণ পৰিষদৰ নিৰ্বাচনী কাৰ্যালয়ত কালি নিশা দুৰ্বৃত্তই তাণ্ডৱ চলায়। অগপৰ ১০ নং হাতীচোং জিলা পৰিষদৰ সদস্য পদৰ প্ৰাৰ্থী অৱন্তী দেৱীৰ নিৰ্বাচনী মুখ্য কাৰ্যলয়ত নিশা তাণ্ডৱ চলাই দুৰ্বৃত্তই বেনাৰ, পোষ্টাৰ ফালি পেলোৱাৰ বিপৰীতে চকী মেজ আদি ভাঙি লণ্ডভণ্ড কৰে। 

অগপৰ প্ৰাৰ্থীগৰাকীৰ উত্থানত শংকিত হৈ তেওঁৰ বিপৰীতে নিৰ্বাচনত অৱৰ্তীণ হোৱা আন দলৰ প্ৰাৰ্থীৰ উদণ্ড কৰ্মীয়ে এই ঘৃনণীয় কাণ্ড সংঘটিত কৰিছে বুলি অগপৰ কৰ্মীসকলে অভিযোগ তুলিছে। ইফালে, ঘটনা সম্পর্কে স্থানীয় জাজৰি থানাৰ আৰক্ষীক জনোৱাৰ পাছতো আৰক্ষীয়ে বিশেষ গুৰুত্ব প্ৰদান নকৰাত ক্ষোভিত হৈ পৰিছে অসম গণ পৰিষদৰ কৰ্মী সকল।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0