Home ৰাজ্যযুৱ-ছাত্ৰ পৰিষদৰ নেতৃত্বত মঙলদৈত উত্তাল প্ৰতিবাদ, বিধেয়ক বাতিল নকৰিলে ভয়াবহ হ’ব পৰিবেশ

যুৱ-ছাত্ৰ পৰিষদৰ নেতৃত্বত মঙলদৈত উত্তাল প্ৰতিবাদ, বিধেয়ক বাতিল নকৰিলে ভয়াবহ হ’ব পৰিবেশ

by News Desk
59 views
A+A-
Reset

newsnextone.com | মঙলদৈঃ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ৰাজ্যত আজিও প্ৰতিবাদ অব্যাহত আছে৷ নাগৰিকত্ব সংশোধনী বিধেয়ক সংশোধন কৰি কেন্দ্ৰীয় চৰকাৰে হিন্দু বাংলাদেশী সংস্থাপন কৰিব বিচৰা সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যৰ কেইবাটাও সংগঠনৰ লগতে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে উত্তাল প্ৰতিবাদ অব্যাহত ৰাখিছে৷ মঙলবাৰেও সংগঠনটোৱে ৰাজ্যৰ কেইবা ঠাইত প্ৰতিবাদ সাব্যস্ত কৰে৷ 

নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰি বাংলাদেশৰ হিন্দু শৰণাৰ্থী অসমত সংস্থাপন কৰিব নিদিয়াৰ হুংকাৰ দি আৰু অসমৰ পৰা হিন্দু-মুছলমান উভয় বিদেশীক বিতাড়ণ কৰাৰ দাবী জনাই মঙলবাৰে দৰং জিলাৰ সদৰ মঙলদৈত জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0