48
শিৱসাগৰঃ আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ৰূদ্ৰসাগৰ অাঞ্চলিক সমিতি অন্তৰ্গতত ভাটি বনগাঁও শাখা গঠন কৰা হয়।
যুৱ নেতা পৰশমনি দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত সৰ্ব্বসন্মতি মৰ্মে স্থানীয় যুৱক পিংকু দাসক সভাপতি, আকাশ দাসক সাধাৰণ সম্পাদক হিচাপে লৈ মুঠ ২৭ জনীয়া এখন শক্তিশালী সমিতি গঠন কৰা হয়।