65
লালুকঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিনিধি দলৰ সৈতে সোমবাৰে সচিবালয়ত ৰাজ্য চৰকাৰ আৰু নীপকোৰ প্ৰথমলানি বৈঠক সম্পন্ন হয়৷
উল্লেখ্য যে, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লখিমপুৰ জিলা সমিতিয়ে ৩ জুলাইৰ পৰা লখিমপুৰৰ ত্যাগ ক্ষেত্ৰত নীপকো আৰু এন এইচ পি চি ৰ বিৰুদ্ধে আমৰণ-অনশন কাৰ্যসূচী গ্ৰহণ কৰিছিল৷