59
চিচিবৰগাঁওঃ ধেমাজিত নদীবান্ধৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল কেইবাশতাধিক লোক৷ হাতে হাতে বেনাৰ-ফেষ্টুন লৈ চৰকাৰৰ বিৰুদ্ধে শ্ল’গান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে লোকসকলে৷
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত কেইবাশতাধিক লোকে সমদল কৰি উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ ধৰ্ণা প্ৰদৰ্শন কৰে৷