55
পাঞ্জাবাৰীঃ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ নৱগঠিত মহানগৰ সমিতিয়ে আজি কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰায় শতাধিক প্ৰতিবাদকাৰীয়ে মূল্যবৃদ্ধি ৰোধ কৰক, অসম চৰকাৰ মুৰ্দাবাদ, খাদ্য বিভাগ নিপাত যাওক, মুখ্যমন্ত্ৰী হায় হায় আদি শ্ল’গানেৰে উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখভাগ উত্তাল কৰি তোলে।