Home ৰাজ্যমঙলবাৰে আৰক্ষীয়ে অখিল গগৈক হাজিৰ কৰিব আদালতত

মঙলবাৰে আৰক্ষীয়ে অখিল গগৈক হাজিৰ কৰিব আদালতত

by News Desk
56 views
A+A-
Reset

গোৱালপাৰাঃ মঙলবাৰে আৰক্ষীয়ে কৃষক নেতা অখিল গগৈক গোৱালপাৰা আদালতত হাজিৰ কৰিব৷ ২৪ ডিচেম্বৰত কৃষক নেতা অখিল গগৈক আদালতে দুদিনৰ ন্যায়িক জিম্মাত প্ৰেৰণ কৰিছিল৷ ৰাজ্যত প্ৰতিক্ৰিয়া-প্ৰতিবাদৰ মাজতে কৃষক নেতাজনক ডিব্ৰুগড়ৰ পৰা গোৱালপাৰা জিলা আৰক্ষীয়ে এখন বিদ্যালয়ৰ নামফলক মচি পেলোৱাৰ গোচৰত আটক কৰিছিল গোৱালপাৰা আৰক্ষীয়ে৷

কৃষক নেতাজনক দুধনৈ আৰক্ষী থানাত ৰুজু হৈ থকা ১১২/২০১৭ নম্বৰৰ এটা গোচৰত ভিত্তিত আটক কৰিছিল৷  অখিল গগৈৰ বিৰুদ্ধে এটাৰ পাছত আন এটা গোচৰ জাপি দি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাত ৰাজ্যৰ দল-সংগঠনে তীব্ৰ প্ৰতিবাদ কৰি থকাৰ সময়তে ২৪ ডিচেম্বৰত আদালতে জামিন দিয়াৰ পিছতো গোৱালপাৰা আৰক্ষীয়ে আটক কৰিছিল৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0