Home ৰাজ্যBREAKING: NIA আদালতে মঞ্জুৰ কৰিলে অখিল গগৈৰ জামিন আবেদন

BREAKING: NIA আদালতে মঞ্জুৰ কৰিলে অখিল গগৈৰ জামিন আবেদন

by News Desk
A+A-
Reset
brk news_2

অৱশেষত NIAৰ আদালতে মঞ্জুৰ কৰিলে কাৰাবন্দী কৃষক নেতা অখিল গগৈৰ জামিন আবেদন। মঙলবাৰে চানমাৰিস্থিত  NIAৰ আদালতে আবেদনৰ শুনানি গ্ৰহণ কৰি মঞ্জুৰ কৰে কৃষক নেতাজনৰ জামিন আবেদন। ৯০ দিনৰ ভিতৰত NIAই চাৰ্জশ্বিট দাখিল কৰিব নোৱৰাৰ বাবেই আদালতে মঞ্জুৰ কৰে অখিলৰ জামিন। উল্লেখ্য যে, চাৰ্জশ্বিট দাখিলৰ বাবে অতিৰিক্ত সময় বিচাৰি  NIA কৰ্তৃপক্ষই পুনৰ আবেদন জনাইছিল যদিও আদালতে সেয়া খাৰিজ কৰে। প্ৰাপ্ত বাতৰি মতে,  NIAৰ আদালতৰ আজিৰ ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব পাৰে NIA কৰ্তৃপক্ষ।

(এয়া BREAKING NEWS। সবিশেষ বাতৰি শীঘ্ৰেই প্ৰকাশ পাব। সবিশেষ বাতৰিৰ বাবে পুনৰ ভিজিট কৰক News Next One। ধন্যবাদ।)

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0