Newsnextone | ডিজিটেল ডেস্কঃ বিজেপিৰ ৰাজ্যিক সভাপতি অমিত শ্বাহৰ গুৱাহাটীত উপস্থিত হোৱাৰ পূৰ্বে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সমুখত ক’লা পতাকাৰে প্ৰতিবাদ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ৷ প্ৰতিবাদৰ মাজতেই আৰক্ষীয়ে ঘেৰি ধৰে অখিলক। তাৰ পিছতে গ্ৰেপ্তাৰ কৰি নিয়ে কৃষক নেতাগৰাকীক।
ভোট বিচাৰি অহা অমিত শ্বাহৰ বিৰুদ্ধে প্ৰতিবাদ কৰি তেঁওক জনাই দিব লাগে যে অসমত এতিয়া সৰ্বত্ৰে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ তীব্ৰ প্ৰতিবাদ চলি আছে- কৃষক মুক্তিৰ অখিল গগৈয়ে গ্ৰেপ্তাৰ হোৱাৰ পূৰ্বে সাংবাদিকৰ আগত কয়৷