77
গুৱাহাটীঃ হাজাৰ বছৰীয়া অসমীয়া জাতিক ভাৰতীয় জনতা পাৰ্টীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ, ২০১৬ৰ জৰিয়তে নিঃশেষ কৰাৰ যি চেষ্টা চলাইছে, তাৰ প্ৰতিবাদত সমগ্ৰ অসম জ্বলি উঠিছে৷
অসমৰ জনতাৰ মতামতক আওকাণ কৰি যুটীয়া সংসদীয় সমিতিয়ে সোমবাৰে সংসদত ইয়াৰ চূড়ান্ত প্ৰতিবেদন দাখিল কৰাৰ দিনটোতে সমগ্ৰ অসমতে ক’লা দিৱস হিচাপে পালন কৰা হৈছে৷