Home দেশ‘নাৰী শক্তি বন্দন’ নামেৰে অৱশেষত লোকসভাত উত্থাপন মহিলা সংৰক্ষণ বিধেয়ক…

‘নাৰী শক্তি বন্দন’ নামেৰে অৱশেষত লোকসভাত উত্থাপন মহিলা সংৰক্ষণ বিধেয়ক…

by News Desk
A+A-
Reset
woman-reservation-bill

অৱশেষত লোকসভাত উত্থাপন হ’ল মহিলা সংৰক্ষণ বিধেয়ক। ৫ দিনীয়া বিশেষ অধিৱেশনৰ নতুন সংসদ ভৱনত আৰম্ভ হোৱা কাৰ্যক্ৰমণিকাৰ প্ৰথম দিনটোতেই ‘নাৰী শক্তি বন্দন বিধেয়ক’ৰ বাবে সংবিধান সংশোধনী প্ৰস্তাৱ উত্থাপন কৰা হয়। ইয়াৰ লগে লগে নতুন সংসদ ভৱনত উত্থাপিত হোৱা প্ৰথমখন বিধেয়ক হিচাপে পৰিগণিত হয় এই বিধেয়কখন। 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিধেয়কখন উত্থাপনৰ প্ৰসংগ উল্লেখ কৰি কয়, ‘মহিলাৰ সংৰক্ষণক লৈ সংসদত ইয়াৰ পূৰ্বেও একাধিকবাৰ প্ৰয়াস কৰা হৈছিল। ১৯৯৬ চনত প্ৰথমবাৰৰ বাবে এই বিধেয়কখন উত্থাপিত হৈছিল। বাজপেয়ীৰ কাৰ্যকালতো কেবাবাৰো মহিলা সংৰক্ষণ বিধেয়ক উত্থাপন কৰা হয়। কিন্তু সেয়া গৃহীত কৰিবলৈ প্ৰয়োজনী সংখ্য নথকাত উক্ত সপোন সপোন হৈয়েই ৰয়। হয়তো মহিলাক অধিকাৰ প্ৰদান কৰাৰ দৰে পৱিত্ৰ কাম কৰিবলৈ ঈশ্বৰে মোকেই নিৰ্বাচিত কৰিছে।’

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0