40
তেজপুৰঃ শনিবাৰৰপৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে সদৌ অসম উকিল সন্থাৰ ষষ্ঠদশ দ্বি বাৰ্ষিক অধিৱেশন অনুষ্ঠান৷
আজি পুৱাই তেজপুৰ উকিল সন্থাৰ সভাপতি অশোক কুমাৰ মহন্তই পতাকা উত্তোলন কৰাৰ পাছত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে৷