133
উৰিয়ামঘাট/নগাঁও টাউন/হোজাই/বঢ়মপুৰঃ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সৌজন্যত বৃহস্পতিবাৰে ৰাজ্যজুৰি বিভিন্ন বিদ্যালয়ত প্ৰাকৃতিক দুৰ্যোগ ব্যৱস্থাপনা বিষয়ক এক সজাগতা শিবিৰ অনুষ্ঠিত কৰে। বিভিন্ন সজাগতামূলক কাৰ্যৰ লগতে প্ৰাকৃতিক দুৰ্যোগৰ পৰা কেনেদৰে নিজক ৰক্ষা কৰিব পাৰি সেই বিষয়ত এই সজাগতা শিবিৰ অনুষ্ঠিত হয়।
